বৃন্দাবন থিয়েটাৰ বুলিলেই দৰ্শকৰ মাজত আছে বিশেষ উৎসুকতা। নৱম নাট্যবৰ্ষত নাট্যদলটোৰ সৈতে চুক্তিবদ্ধ হৈছে বিশিষ্ট অভিনেতা তপন দাস, চিন্ময় কটকী।


আৰম্ভণীতে বিতৰ্কৰ মাজত সোমাই পৰা চিৰঞ্জীৱ থিয়েটাৰো প্ৰায় সাজু হৈছে আগন্তুক নাট্যবৰ্ষৰ বাবে। এদল নবীন নাট্যযুদ্ধাৰে সাজু হৈছে চিৰঞ্জীৱ থিয়েটাৰ। চলিত নাট্যবৰ্ষত নাট্যদলটোৰ সৈতে চুক্তিবদ্ধ হৈছে অভিনেতা অঞ্জন বেজ, বিপুল বৰাৰ লগতে নৱাগত অলিস্মীতা গোস্বামী।

হেঙুল থিয়েটাৰৰ নাট বুলিলেই আছে অন্য এক মাদকতা। এইবাৰ নাট্যদলটোৰ সৈতে চুক্তিবদ্ধ হৈছে অভিনেতা প্ৰসেনজীৎ। হেঙুলে এইবাৰ মঞ্চস্থ কৰিবলগীয়া হিমাংশু প্ৰসাদ দাসৰ মিচ ৰুক্মিণী হৰণ আৰু ৰাজদ্বীপৰ বাহাদুৰ নাটকখনে দৰ্শকৰ মাজত লাভ কৰিছে বিশেষ চৰ্চা।
অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ চুক্তি বাতিল কৰাকলৈ বিতৰ্কৰ মাজত সোমাই পৰা বৰদৈচিলা থিয়েটাৰে ইতিমধ্যে আৰম্ভ কৰিছে চলিত বৰ্ষৰ নাট্যযাত্ৰা। নাট্যদলটোৰ মৰমৰ বান্ধবী বিদায় দিয়া আৰু মহীয়সী নাটক দুখন ইতিমধ্যে দৰ্শকে আদৰি লোৱা পৰিলক্ষিত হৈছে।


বীৰাংগনা আৰু বাঘ নামত দুখন নাটকেৰে সাজু ৰাজমুকুট থিয়েটাৰো। অভিনয়ত আছে প্ৰাঞ্জনা দত্ত আৰু ৰাজকুমাৰ






নিজৰ মানুহখিনিৰ বিপদৰ সময়ত সহায়ৰ বাবে সদায় আগবাঢ়ি অহা মানুহজন।
বানপানীৰ সাহাৰ্য্য পুঁজিৰ বাবে গুৱাহাটী মহানগৰৰ ৰাজপথত এনেদৰে মানুহৰ পৰা বৰঙণি সংগ্ৰহ কৰি থকা অৱস্থাত জুবিন গাৰ্গ।
জুবিন গাৰ্গৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ সাহাৰ্য্য পুঁজিত আপুনিও বৰঙণি আগবঢ়াব পাৰে

KOLAGURU ARTIST FOUNDATION
ICICI BANK
GANESHGURI BRANCH

IFSC CODE: ICIC0002151

Account No: 215101000145
অভিনন্দন স্বৰ্ণকণ্যা হিমা দাস :

পুনৰ সোণৰ পদক জয়েৰে অভিলেখ হিমাৰ

আকৌ এবাৰ সোণৰ পদক জয় কৰি পুনৰ দেশবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে অসম কন্যা হিমা দাসে। চেক গণৰাজ্যত ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক বুটলিবলৈ সক্ষম হৈছে হিমা দাসে। ২ জুলাইৰ পৰা বিগত ১৫ দিনত হিমাই লাভ কৰা সোণৰ পদকৰ সংখ্যা হৈছেগৈ ৫ টা।

∆আপুনি মই সকলোৱেই চিনি পাওঁ বৰষাক ! সকলোৱেই তেওঁ ৰ অভিনয় ভাল পায় আহক চোন চাওঁ তেওঁৰ কেইখন মান ফটো

∆দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মৃত্যুবৰণ

         প্ৰাক্তন মহিলা মুখ্যমন্ত্ৰী তথা ভাৰতৰ এগাৰকী সৎ,সাহসী হিচাপে নাম থকা Sheila DIkahitএ আজি মৃত্যু বৰণ কৰে।তেখেতেৰ মৃত্যুত সমগ্ৰ ভাৰতবৰ্ষ ই শোক প্ৰকাশ কৰে

ভাৰতীয় নেচনেল কংগ্ৰেছে তেওঁলোকৰ অফিচিয়েল Twitter একাউণ্টৰ জৰিয়তেও শোক প্ৰকাশ কৰে
∆∆∆∆

ভাৰতীয় বায়ুসেনাই মুকলি কৰিব 3D গেম


এইবাৰ ভাৰতীয় বায়ু সেনাই উঠি অহা নৱপ্ৰজন্মক বয়ুসেনাত যোগাদান কৰিবলৈ অনুপ্ৰাণিত কৰিব পৰা এটা উন্নত মানৰ Android আৰু ios ৰ ভিডিঅ' গেম তৈয়াৰ কৰি আছে!
এই ভিডিঅ' গেমৰ টিজাৰটো বৰ্তমান ভাৰতীয় বায়ুসেনাৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউন্টত মুকলি কৰি দিয়া হৈছে। এই গেমটোৰ নাম ৰখা হৈছে "guardian of the skies"। দেশৰ নৱপ্ৰজন্মক বায়ুসেনাৰ প্ৰতি আকৃষ্ট কৰাই এই গেমৰ মূল লক্ষ্য বুলি  দেশৰ এয়াৰ মাশ্বেল জনে জানিবলৈ দিয়ে।
আগন্তুক ৩১ জুলাই তাৰিখে এই গেমটো মুকলি কৰা হ'ব ।
∆উল্লেখযোগ্য যে এই গেমটো সম্পূৰ্ণ ৰূপে এটি কাল্পনিক গেম।।
 ভাৰতীয় বায়ুসেনাৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউন্টত দৰ্শন কৰক


 Ads by Google

Carryminati is ♥️

You tube জগতৰ অন্যতম তাৰকা
কেৰি মিনাটিয়ে অসমৰ পাছত
 এইবাৰ বিহাৰত হোৱা বানপানীৰ
 সাহায্যৰ বাবে তেওঁ ৰ দ্বিতীয়
 টো YouTube চেনেল carrysliveত
গেমৰ ষ্টিমিং কৰিব।। 

∆ বানাক্ৰান্তৰ বাবে ৰিমা দাসে প্ৰদান কৰিলে এক লাখ টকা

তাৰিখ- ১৯/৭/২০১৯

যোৱা কেইসপ্তাহ মানৰ পৰা সংঘটিত হোৱা ভয়ংকৰ বানৰ কবলত পৰি অসমৰ বহু লক্ষাধিক লোকৰ বহু ধৰণে বহুতো বিপদৰ সন্মুখীন হ'ব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আছে।।
    অসম চৰকাৰে বৰ্তমান সময়লৈকে নিজৰ সাধ্য অনুসৰি পৰিস্থিতি নিজৰ হাতলৈ আনিবলৈ চেষ্টা চলাই আছে ।।।
    অসমৰ এই দুৰৱস্থাই সমগ্ৰ দেশৰ লোককেই এবাৰ ভাবিবলৈ বাধ্য কৰি দিছে। এই বানে যে অকল মানুহেই কষ্ট দিছে এনে নহয় এই বানে কাজিৰঙা ৰ হাজাৰ হাজাৰ বন্য প্ৰাণীৰো ক্ষতি সাধন কৰিছে।।
   অসমৰ লোক সকলৰ তথা বন্য জীৱ বোৰৰ অৱস্হা উন্নতি ৰ বাবে দেশৰ কেইবাজনো তাৰকাই নিজৰ তৰফৰ পৰা সাহায্য আগবঢ়াইছে।। এইবাৰ অসমৰেই উজ্জ্বল নক্ষত্ৰ ৰিমা দাসে অসম চৰকালৈ বানৰ সাহায্য হিচাপে এক লাখ টকা প্ৰদান কৰে।

এইয়া নিশ্চয় এটা ভাল খবৰ।।।
  News by - Creative assamese

বানাক্ৰান্তৰ বাবে ৰিয়ান পৰাগে আগবঢ়ালে এক লাখ টকা



তাৰিখ- ১৯/৭/২০১৯

যোৱা কেইসপ্তাহ মানৰ পৰা সংঘটিত হোৱা ভয়ংকৰ বানৰ কবলত পৰি অসমৰ বহু লক্ষাধিক লোকৰ বহু ধৰণে বহুতো বিপদৰ সন্মুখীন হ'ব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আছে।।
    অসম চৰকাৰে বৰ্তমান সময়লৈকে নিজৰ সাধ্য অনুসৰি পৰিস্থিতি নিজৰ হাতলৈ আনিবলৈ চেষ্টা চলাই আছে ।।।
    অসমৰ এই দুৰৱস্থাই সমগ্ৰ দেশৰ লোককেই এবাৰ ভাবিবলৈ বাধ্য কৰি দিছে। এই বানে যে অকল মানুহেই কষ্ট দিছে এনে নহয় এই বানে কাজিৰঙা ৰ হাজাৰ হাজাৰ বন্য প্ৰাণীৰো ক্ষতি সাধন কৰিছে।।
   অসমৰ লোক সকলৰ তথা বন্য জীৱ বোৰৰ অৱস্হা উন্নতি ৰ বাবে দেশৰ কেইবাজনো তাৰকাই নিজৰ তৰফৰ পৰা সাহায্য আগবঢ়াইছে।। এইবাৰ অসমৰেই উজ্জ্বল নক্ষত্ৰ তথা ক্ৰিকেটাৰ #ৰিয়ান পৰাগে অসম চৰকালৈ বানৰ সাহায্য হিচাপে এক লাখ টকা প্ৰদান কৰে।
এইয়া নিশ্চয় এটা ভাল খবৰ।।।
  News by - Creative assamese

আমি যেতিয়া বুঢ়া হম

আমিও* *যেতিয়া* *বুঢ়া* *হ'ম* এদিন হঠাৎ, চলি থকা ঘড়ীটো শ্লো হৈ যাব। ঘড়ীৰ কাটাৰ সমানে সমানে আমাৰ চুলিবোৰ বগা হ'ব। কেতিয়ানো সময়বোৰ গুচি যাব গমকে নাপাম। নজনাকৈ বুঢ়া হৈ যাম। কুংফু পাণ্ডা বুলি জোকোৱা পেটলা লগৰটোৰ পেটটো আৰু ওলাব। আবেলি ফুৰিবলৈ আহি সি কুৰ্তাৰ পকেটত হাত ভৰাই পেট খজুৱাই মোবাইলত বনজিতৰ ফটো দেখুৱাই হয়টো মোক ক'ব- চোৱাহে। ই বুঢ়া ইমান হেণ্ডচাম কেনেকৈ হৈ থাকে। সোমাই যোৱা গাল দুখনে মোৰ হাঁহিটো ৰখাব নোৱাৰিব। চেলাউলিৰ কটা দাগটো বাৰে বাৰে কঁপি উঠিব। সোলোক ঢোলোক চোলাটো বতাহৰ তালে তালে নাচি থাকিব। হেলনীয়া সূৰ্যটোৰ ঠিক কাষে কাষে আমি গৈ থাকিম। ফুটপাথটো আমাৰ খোজে প্ৰতি দীঘল হৈ গৈ থাকিব। মানুহজনে কলেজীয়া ল'ৰা এটাক কিবা কৈ আছে। হাতত এখন কিতাপ। ডাঠ ফ্ৰেমৰ চচমাযোৰ বাৰে বাৰে চকুত খাপ খোৱাকৈ পিন্ধিবলৈ চেষ্টা কৰি আমাক চাইছে। পঞ্চানন দা! এদিন দুপৰীয়া বেংকৰ কাষত। মানুহ কম থকা বাছলৈ ৰৈ থাকোতে কোনোবাই দূৰৈৰ পৰা মাতিব। মনিব পাৰিম হয়টো। এই বুঢ়া বয়সতো ইমান মেকআপ! গালি খোৱাৰ ভয়ত হয়টো তাই আগতেই কৈ দিব, "কি কৰিবি আৰু, শ্বুটিঙৰ পৰা বাহিৰে বাহিৰে আহিছো।" অলপ সময় মৌনতা। তাই ক'ব, "কি কৰিবি এতিয়া? বিয়েৰ খাবি?" হাঁহি এটা থানথিত নোহোৱাকৈ গজা মোৰ পকা দাড়ি কেইডালত তিনিদিনমানলৈ ওলমি থাকিব। নন্দিতা। আৰু হয়টো নভবাকৈ বাটে ঘাটে লগ পাই যাম বহু মানুহক। কাৰোবাৰ পিঠিৰ বিষ। কাৰোবাৰ ল'ৰাক বাইক লাগে। "ই মোক খাই মাৰিব বুজিছানে" বুলি ভোৰভোৰাই আতৰি যাব। কোনোবা ঘৈণীয়েকৰ লগত ফুৰিবলৈ ওলাব। "ক'লৈ গ'লে ভাল হ'ব কওকচোন।"- বুলি লগ পোৱাই প্ৰতি বাৰে বাৰে সুধিব। হয়টো এদিন বিৰক্ত কৈ দিম- ভাল জেগা এটুকুৰা চাই মৰি যোৱাহে। পিছৰবাৰ তেওঁ দেখিলেও নেদেখা ভাও জুৰি আতৰি যাব। কেতিয়াবা কাৰোবাৰ ঘৈণীয়েক ঘৰত নথকাৰ সুযোগ লৈ এদিনৰ বাবে চাদত সৰু বাৰ এখন খোলা হ'ব। জিপিএফ, তেলৰ দাম, মেট্ৰিকৰ ৰিজাল্ট, ভাল কলেজ, বেংক বেলেঞ্চবোৰ ঘুৰি ফুৰিব দুই এজনৰ টকলা মূৰৰ ওপৰেৰে। এজনে এনেই হয়টো আকাশলৈ হাত মেলি প্ৰণৱ কুমাৰ বৰ্মণ হৈ "তোমাৰ প্ৰেমত পৰিমেই" বুলি বাকীখিনি কি আছিল সুধিবলৈ ঘৈণীয়েকলৈ ফোন কৰিব। আৰু... কোনোবা হয়টো পৰি থাকিব বিচনাত। ডায়েবেটিছ, প্ৰেচাৰ আৰু ডাক্টৰে কোৱা কথাষাৰ। দূৰৈত থকা পুতেকলৈ ৰৈ ৰৈ তেওঁৰ বেমাৰ বাঢ়িব। ডেকাকালৰ ফূৰ্তিবাজ মানুহজন জড় হৈ থাকি যাব…। শইকীয়াই তেতিয়াও হয়টো ফটোগ্ৰাফীৰ ক্লাছ কৰি থাকিব। তালৈ মোৰ মেচেজ আৰু মেচেজৰ সাংঘাটিক উত্তৰবোৰ মাজে মাজে আহি থাকিব। : চইকী, মই এটা ৰকেট লাঞ্চাৰ কিনিম। : মজা "মাৰা"। তই কিনি উঠি প্ৰথমে এইটো উবেৰত ভাড়াত দি দিবি। বহুত টকা পাবি। আৰু এদিন…… হয়টো কেতিয়াও নভবাকৈ কমলা আবেলি এটাত একেবাৰে চিনাকী এজনক লগ পাই যাম। গাড়ীবোৰৰ মাজত তেওঁ যোৱা ৰিক্সাখন নোহোৱা হৈ যোৱালৈ চাম। ভাল লগাকৈ কিবা মনত পৰি যাব। অকাৰণতে গান এটা গুণগুণাম। আবেলিটো যাওঁ নাযাওঁকৈ আগুৱাই গৈ গৈ শেষত ঠেহ পাতি গছৰ ডাল এটাত দুলি থাকিব। #সংগ্ৰহ

Funy post

নতুন বাক্য