ভাৰতীয় বায়ুসেনাই মুকলি কৰিব 3D গেম


এইবাৰ ভাৰতীয় বায়ু সেনাই উঠি অহা নৱপ্ৰজন্মক বয়ুসেনাত যোগাদান কৰিবলৈ অনুপ্ৰাণিত কৰিব পৰা এটা উন্নত মানৰ Android আৰু ios ৰ ভিডিঅ' গেম তৈয়াৰ কৰি আছে!
এই ভিডিঅ' গেমৰ টিজাৰটো বৰ্তমান ভাৰতীয় বায়ুসেনাৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউন্টত মুকলি কৰি দিয়া হৈছে। এই গেমটোৰ নাম ৰখা হৈছে "guardian of the skies"। দেশৰ নৱপ্ৰজন্মক বায়ুসেনাৰ প্ৰতি আকৃষ্ট কৰাই এই গেমৰ মূল লক্ষ্য বুলি  দেশৰ এয়াৰ মাশ্বেল জনে জানিবলৈ দিয়ে।
আগন্তুক ৩১ জুলাই তাৰিখে এই গেমটো মুকলি কৰা হ'ব ।
∆উল্লেখযোগ্য যে এই গেমটো সম্পূৰ্ণ ৰূপে এটি কাল্পনিক গেম।।
 ভাৰতীয় বায়ুসেনাৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউন্টত দৰ্শন কৰক


 Ads by Google

1 comment: