অভিনন্দন স্বৰ্ণকণ্যা হিমা দাস :

পুনৰ সোণৰ পদক জয়েৰে অভিলেখ হিমাৰ

আকৌ এবাৰ সোণৰ পদক জয় কৰি পুনৰ দেশবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে অসম কন্যা হিমা দাসে। চেক গণৰাজ্যত ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক বুটলিবলৈ সক্ষম হৈছে হিমা দাসে। ২ জুলাইৰ পৰা বিগত ১৫ দিনত হিমাই লাভ কৰা সোণৰ পদকৰ সংখ্যা হৈছেগৈ ৫ টা।

No comments:

Post a Comment