তাৰিখ- ১৯/৭/২০১৯
যোৱা কেইসপ্তাহ মানৰ পৰা সংঘটিত হোৱা ভয়ংকৰ বানৰ কবলত পৰি অসমৰ বহু লক্ষাধিক লোকৰ বহু ধৰণে বহুতো বিপদৰ সন্মুখীন হ'ব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আছে।।
অসম চৰকাৰে বৰ্তমান সময়লৈকে নিজৰ সাধ্য অনুসৰি পৰিস্থিতি নিজৰ হাতলৈ আনিবলৈ চেষ্টা চলাই আছে ।।।
অসমৰ এই দুৰৱস্থাই সমগ্ৰ দেশৰ লোককেই এবাৰ ভাবিবলৈ বাধ্য কৰি দিছে। এই বানে যে অকল মানুহেই কষ্ট দিছে এনে নহয় এই বানে কাজিৰঙা ৰ হাজাৰ হাজাৰ বন্য প্ৰাণীৰো ক্ষতি সাধন কৰিছে।।
অসমৰ লোক সকলৰ তথা বন্য জীৱ বোৰৰ অৱস্হা উন্নতি ৰ বাবে দেশৰ কেইবাজনো তাৰকাই নিজৰ তৰফৰ পৰা সাহায্য আগবঢ়াইছে।। এইবাৰ অসমৰেই উজ্জ্বল নক্ষত্ৰ ৰিমা দাসে অসম চৰকালৈ বানৰ সাহায্য হিচাপে এক লাখ টকা প্ৰদান কৰে।
এইয়া নিশ্চয় এটা ভাল খবৰ।।।
News by - Creative assamese

No comments:
Post a Comment