তাইৰ মৰম বোৰ তাইৰেই হৈ থাকক
কলেজীয়া দিন! কলেজ খন অসমৰ ভিতৰতেই এখন লেখত লবলগীয়া কলেজ,তাতেই সি জীৱনৰ অতি লাগতিয়াল দুটা বছৰ পাৰ কৰিছে।ঘৰৰ পৰা আতৰি দূৰত পঢ়িবলৈ যাওঁতে তাৰ মাকে সি নেদেখাকৈ চকুলো টুকিছিল ,দেউতাকৰ মনটোও অলপ সেমেকি পৰিছিল । ঘৰৰ সৰু ল'ৰা পি!
প্ৰথম বৰ্ষ টো কিতাপৰ মাজতেই তাৰ উকলিছিল । কিন্তু দ্বিতীয় বছৰত এচাটি মধুৰ বতাহ তাৰ গাত খুব ভালকৈয়েই লাগিছিল।। সি তাৰ একেই ক্লাছত পঢ়া এজনী ছোৱালী ক বৰকৈ ভাল পাই পেলাইছিল কিন্তু কবলৈ ভয় কৰাৰ কাৰণে তেনে কৈয়েই দিন বোৰ পাৰ হৈছিল!
............(আগলৈ)
No comments:
Post a Comment