ক'ত গল এই প্ৰতিশ্ৰুতিবোৰ??

গোটেই জীৱন তোমাৰেই হয় থাকিম।অন্তিম উশাহলৈ ভাল পাই থাকিম তোমাক। ক'ত গল এই প্ৰতিশ্ৰুতিবোৰ?? এৰি যোৱা আগত এবাৰটো ভাবি চাব পাৰিলা হয়,কেনেকৈ থাকিব সি তোমাৰ অবিহনে? ৰাতি টোপনি নাহে তাৰ,চকু দুটাই কৈ যায় শুই যা,কিমান আৰু নিসংগ ৰাতি এনেদৰেই কটাবি, উজাগৰী নিশাবোৰ থাকি লাভ নাই আৰু ঘূৰি নাহে তাই।ৰাতিবোৰ যেন এতিয়া নেযায়-নোপোৱাই।আজিকালি নৃসংঙ্গতা বোৰেও ভয় কৰে তাৰ কাষত থাকিবলৈ।সি এতিয়াও উচপ খাই উঠে ফোনটো বাজিলে,কিজানিবা তোমাৰে ফোন আহিছে।পাহৰিব যে আজিও পৰা নাই সি।এতিয়াও তোমাৰ স্মৃতি বোৰে বৰকৈ আমনি কৰে তাক।যদি তাৰ ভুল আছিল গালি পাৰিব পৰিলা হয়,লাগিলে দুইচৰ মাৰিও দিব লাগিছিল।এনেকৈ অকলশৰীয়া কৰি কিয় যাব লাগে।তুমিবিহীন সময়বোৰ পাৰ কৰিবলৈ বৰ কষ্ট হৈ তাৰ।ৰাতি মদৰ নিচাত মাতাল হৈ সি এতিয়াও কান্দি কান্দি কয় নোৱাৰো মই তোমাৰ অবিহনে মই জীয়াই থাকিব।please ঘুৰি আহা না তুমি।🙂

No comments:

Post a Comment