স্কুলীয়া জীৱনৰ গৰম দিন

স্কুলীয়া জীৱনৰ গৰম দিন 😌,,,,, এক অসীম আজীৱন সজীৱ হৈ ৰোৱা স্মৃতিৰ সমাহাৰ গৰম দিনত নেমু ,নিমখ আদি আনি একেলগে খোৱা ,ক্লাছ নাথাকিলে আড্ডা মৰা ,দমকলত পানী খাবলৈ যাওঁতে পানী ছটিয়াই কৰা ধেমালি ইত্যাদি অতি memoryable ,,,,,কিন্তু দিন সলনি হোৱাৰ লগে লগে যেন স্কুলীয়া  গৰম দিনৰ মাদকতা সমূহো ম্লান হৈ আহিছে ,কিন্তু আমি এতিয়াও আশা পালি আছোঁ আমাৰ next generation য়েও এই দিন বোৰ উপভোগ কৰক ,কৃত্ৰিম পৃথিৱীৰ পৰা ভিন্ন স্কুলৰ জীৱনটোত গৰম বন্ধৰ দিনবোৰ সচাই এক আচৰিত সুখ আছিল।। আনহাতে দুই এজনৰ বাবে আকৌ আছিল বেদনাদায়ক (তাইক এমাহ নেদেখাকৈ থাকিম- তেনেধৰণৰ কথা) যি কি নহওঁক আজিৰ দিনৰ লৰাই গৰম বন্ধ পালে আমি সেই তাহানিতে কৰা কাম নকৰে সিহতে সিহতৰ জীৱনৰ লগত মিলাই ভালপোৱা আধুনিক কামবোৰহে কৰে। সিহঁত বোৰে সেইবোৰেই ভালপাই ।। নতুন প্ৰজন্ম! নতুন পৃথিৱীৰ মানুহ!!!

No comments:

Post a Comment